২২ এপ্ৰিল (ইংৰাজী: 22 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১১তম (অধিবৰ্ষত ১১২তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৪টা দিন বাকী থাকে।
২২ এপ্ৰিল (ইংৰাজী: 22 April) দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১১২ তম (অধিবৰ্ষত ১১৩ তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৫৩টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-