২৭ এপ্ৰিল
তাৰিখ
এপ্ৰিল | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ||||
২০২৪ |
২৭ এপ্ৰিল (ইংৰাজী: 27 April) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১১৭তম (অধিবৰ্ষত ১১৮তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৪৮টা দিন বাকী থাকে।
ঘটনাৱলী
সম্পাদনা কৰক- ১৯৩৪ - ভাৰতীয় বিজ্ঞান একাডেমী প্ৰতিষ্ঠা কৰা হয়।
- ১৯৯৪ - দক্ষিণ আফ্ৰিকাৰ স্বাধীনতা দিৱস।
জন্ম
সম্পাদনা কৰক- ১৯১২ - জোহৰা ছেহগল, ভাৰতীয় অভিনেত্ৰী, নৃত্যশিল্পী।
- ১৯৮৩ - ক'কে, স্পেইনৰ পেছাদাৰী ফুটবল খেলুৱৈ।
মৃত্যু
সম্পাদনা কৰক- ২০০৯ - ফিৰোজ খান, ভাৰতীয় অভিনেতা।
- ২০০৯ - জিয়াউৰ ৰহমান, ভাৰতীয় চিকাৰী।
- ২০১৭- দিলীপ কুমাৰ বৰুৱা, শিক্ষাবিদ, লেখক আৰু অৰ্থনীতিবিদ।
- ২০১৭- বিনোদ খান্না, ভাৰতীয় অভিনেতা।
- ২০২১ - মনোজ দাস, ভাৰতীয় লেখক।
দিৱস
সম্পাদনা কৰক- বিশ্ব গ্ৰাফিক ডিজাইন দিৱস।
- মুক্তি দিৱস (দক্ষিণ আফ্ৰিকা)।
তথ্য সংগ্ৰহ
সম্পাদনা কৰক
বাহ্যিক সংযোগ
সম্পাদনা কৰকৱিকিমিডিয়া কমন্সত ২৭ এপ্ৰিল সম্পৰ্কীয় মিডিয়া ফাইল আছে। |